তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
১৮ গৰাকী সদস্যৰে কেন্দ্ৰীয় চলচিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড পুনৰ গঠন কৰিলে চৰকাৰে
পোষ্ট কৰা হৈছে:
16 SEP 2026 6:28PM by PIB Guwahati
ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ তিনি বছৰৰ বাবে অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত (যিটো আগতে হয়) কেন্দ্ৰীয় চলচিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড পুনৰ গঠন কৰিছে।
১৯৫২ চনৰ চিনেমাটোগ্ৰাফ আইনৰ ধাৰা ৩ ৰ উপ-ধাৰা (১)-ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি, ২০২৪ চনৰ চিনেমাটোগ্ৰাফ (প্ৰমাণীকৰণ) নিয়মৰ নিয়ম ৩ ৰ সৈতে পঢ়ি, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এই পুনৰ গঠন কাৰ্য সম্পূৰ্ণ কৰা হৈছে।
পুনৰ গঠিত কেন্দ্ৰীয় চলচিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডখন তলত উল্লেখ কৰা ১৮ গৰাকী সদস্যৰে গঠিত:
|
ক্ৰমিক নং
|
নাম
|
|
১.
|
শ্ৰী বিনোদ অনুপম
|
|
২.
|
শ্ৰী মনোজ যোশী
|
|
৩.
|
শ্ৰী অভিষেক জৈন
|
|
৪.
|
শ্ৰী ৰিকি কেজ
|
|
৫.
|
শ্ৰী প্ৰিয়দৰ্শন
|
|
৬.
|
শ্ৰী সুনীল শ্বেট্টি
|
|
৭.
|
শ্ৰী হন্সৰাজ হান্স
|
|
৮.
|
শ্ৰীমতী সুপ্ৰিয়া য়াৰলাগাড্ডা
|
|
৯.
|
শ্ৰী যতীন্দ্ৰ মিশ্ৰ
|
|
১০.
|
শ্ৰীমতী ৰূপালী গাংগুলী
|
|
১১.
|
মিছেছ প্ৰীতি জিন্টা
|
|
১২.
|
শ্ৰী নীল মাধব পাণ্ডা
|
|
১৩.
|
শ্ৰী পংকজ ত্ৰিপাঠী
|
|
১৪.
|
শ্ৰী প্ৰসেনজিৎ চেটাৰ্জী
|
|
১৫.
|
শ্ৰীমতী পল্লৱ যোশী
|
|
১৬.
|
শ্ৰীমতী নিশিগন্ধা ৱাড
|
|
১৭.
|
শ্ৰী ৱামন কেন্দ্ৰে
|
|
১৮.
|
শ্ৰী ৰমেশ পাটাংগে
|
ব’ৰ্ড পুনৰ গঠন সম্পৰ্কীয় বিজ্ঞপ্তিখন ২০২৬ চনৰ ১৬ ছেপ্টেম্বৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হৈছে।
****
Mahesh Kumar/Vivek Vishwash/RD
(ৰিলিজ আই ডি : 2311814)
অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada