প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া ভ্ৰমণ

प्रविष्टि तिथि: 07 JUL 2026 1:03PM by PIB Guwahati

বুজাবুজি চুক্তি/চুক্তি

ক্ৰমিক নম্বৰ

 

 শিৰোণাম

 

১.

অন্বেষণত সহযোগিতা আৰু শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে বহিঃমহাকাশৰ ব্যৱহাৰৰ সম্পৰ্কত ফ্ৰেমৱৰ্ক চুক্তিৰ সম্প্ৰসাৰণ

২.

চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে চিডিএছচিঅ’ আৰু বিপিঅ’এমৰ মাজত বুজাবুজি চুক্তি

ইস্পাত যোগান শৃংখলৰ খনিজ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি

৪.

কৃষি আৰু আনুষংগিক ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি

৫.

সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ সম্পৰ্কত বুজাবুজি চুক্তিৰ সম্প্ৰসাৰণ আৰু ৰূপায়ণ

৬.

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থা, ইণ্ডোনেছিয়াৰ মাজত বুজাবুজি চুক্তি

৭.

দূৰসংযোগ প্ৰযুক্তি আৰু সেৱাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি

৮.

গৱেষণা, প্ৰযুক্তি আৰু উদ্ভাৱন সহযোগিতাৰ বুজাবুজি চুক্তি

৯.

স্বাস্থ্য কৰ্মচাৰীৰ সহযোগিতাৰ ক্ষেত্ৰত ৰূপায়ণ চুক্তি

১০

ভাৰতৰ নিৰ্বাচন আয়োগ (ই চি আই) আৰু ইণ্ডোনেছিয়াৰ সাধাৰণ নিৰ্বাচন আয়োগ (কে পি ইউ) ৰ মাজত বুজাবুজি চুক্তি

১১.

ব্ৰহ্ম'ছ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা

১২.

আকাশৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ সহযোগিতা চুক্তি

১৩.

ভাৰতীয় তীখা প্ৰাধিকৰণ (ছেইল) আৰু পিটি ক্ৰাকাটাউ ষ্টীলৰ মাজত ইণ্ডোনেছিয়াত ষ্টেইনলেছ-ষ্টীল স্লেব নিৰ্মাণ সুবিধাৰ বাবে কৌশলগত যুটীয়া উদ্যোগ স্থাপন

১৪.

বিৰল ভূ চুম্বকৰ বিকাশৰ বাবে নন-ফেৰাছ মেটেৰিয়েলছ টেকন'লজী ডেভেলপমেণ্ট চেণ্টাৰ (এন এফ টি ডি চি), মিডৱেষ্ট লিমিটেড আৰু পি টি পাৰ্মিনাছৰ মাজত বুজাবুজি চুক্তি

 

ঘোষণা

ক্ৰমিক নম্বৰ

শিৰোণাম

১.

যোগ্যকাৰ্টাৰ প্ৰম্বানন মন্দিৰ পৰিক্ষেত্রৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সহায়তা

২.

আই এফ চি-আই অ’ আৰ-ত ইণ্ডোনেছিয়াৰ যোগাযোগ বিষয়াৰ নিযুক্তি

৩.

ইণ্ডোনেছিয়ালৈ উচ্চ মানৰ ১০০ টন ডি ডব্লিউ আৰ ১৬২  ঘেঁহুৰ বীজৰ যোগান

৪.

"সাংস্কৃতিক আৰু শৈক্ষিক কূটনীতিৰ ঠাকুৰ-দেৱন্তৰা বৰ্ষ"ৰ স্মৃতিচাৰণ

৫.

ইণ্ডোনেছিয়াৰ সিংহসাৰী এছইজেডত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, বাংগালোৰৰ শাখা চৌহদ স্থাপন

6.

ভাৰতৰ ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক (অ’ এন ডি চি) ব্যৱস্থাৰ ওপৰত আধাৰিত ইণ্ডোনেছিয়া মুক্ত নেটৱৰ্ক (আই অ’ এন) ৰ শুভাৰম্ভ

 

****

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2282015) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam