প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জল ব্যৱস্থাপনা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ সম্পৰ্কত প্ৰৱন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 JUN 2026 2:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।

এই প্ৰৱন্ধটোত ব্যাখ্যা কৰা হৈছে যে কেনেদৰে চৰকাৰী পদক্ষেপে এক সামগ্ৰিক আৰু আন্তঃসংযোগপূৰ্ণ দৃষ্টিভংগীৰে খোৱাপানী, অনাময় ব্যৱস্থা, নদী সংৰক্ষণ, জলসিঞ্চনৰ দক্ষতা, ভূগৰ্ভস্থ পানীৰ স্তৰ পুনৰ ভৰ্তি আৰু বৰ্জিত পানীৰ পুনৰ ব্যৱহাৰৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিছে। ইয়াৰ উপৰি এক অংশীদাৰী ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুসৰণৰ ক্ষেত্ৰত সঁহাৰিপূৰ্ণ প্ৰশাসন আৰু সক্ৰিয় ৰাজহুৱা অংশগ্ৰহণৰ জৰিয়তে বিগত দশকত লাভ কৰা সাফল্যসমূহৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে।

এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে;

"এই প্ৰবন্ধটোত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @CRPaatil য়ে ব্যাখ্যা কৰিছে কেনেদৰে চৰকাৰী পদক্ষেপসমূহে এক সামগ্ৰিক আৰু আন্তঃসংযোগপূৰ্ণ দৃষ্টিভংগীৰ জৰিয়তে খোৱাপানী, অনাময় ব্যৱস্থা, নদী সংৰক্ষণ, জলসিঞ্চনৰ দক্ষতা, ভূগৰ্ভস্থ পানীৰ স্তৰ পুনৰ ভৰ্তি আৰু বৰ্জিত পানীৰ পুনৰ ব্যৱহাৰৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিছে।

এক অংশীদাৰী ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুসৰণৰ ক্ষেত্ৰত সঁহাৰিপূৰ্ণ প্ৰশাসন আৰু সক্ৰিয় ৰাজহুৱা অংশগ্ৰহণৰ জৰিয়তে বিগত দশকত লাভ কৰা সাফল্যসমূহৰ বিষয়ে তেওঁক বিশদভাৱে বৰ্ণনা কৰা হৈছে।"

*****

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2274968) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam