প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পুনৰ নিশ্চিত কৰিছে বিকশিত ভাৰতৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিশ্ৰুতি

प्रविष्टि तिथि: 16 JUN 2026 12:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা দশকত আন্তঃগাঁথনিৰ অভিলেখ পৰিমাণৰ উন্নয়ন হৈছে। তেওঁ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্দেশ্যে দেশৰ জনসাধাৰণৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

‘যোৱা দশকত আন্তঃগাঁথনিৰ অভিলেখ পৰিমাণৰ উন্নয়ন হোৱা দেখা গৈছে। আমি আমাৰ দেশৰ জনসাধাৰণৰ বাবে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব পৰাকৈ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

#12YearsOfNayaBharatNirman

******************

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2273477) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Bengali-TR , Punjabi , Gujarati , Telugu , Kannada , Malayalam