প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে য'ত উন্নয়ন-চালিত প্ৰশাসন আৰ্হি আৰু এক স্বৰ্ণিম ভাৰতৰ দিশে যোৱা পথৰ ওপৰত আলোকপাত কৰা হৈছে

प्रविष्टि तिथि: 10 JUN 2026 9:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।

প্ৰৱন্ধটোত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিয়ে উন্নয়ন-চালিত প্ৰশাসনৰ আৰ্হিৰ ওপৰত আলোকপাত কৰিছে যি জনসাধাৰণৰ আকাংক্ষাৰ সৈতে প্ৰতিধ্বনিত হৈছে আৰু এক স্বৰ্ণিম ভাৰতৰ পথ প্ৰশস্ত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

"প্ৰধানমন্ত্ৰী @narendramodi ৰ কাৰ্যকাল ৪,৩৯৯ দিন সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি Shri @MVenkaiahNaidu  ৰ প্ৰবন্ধটোৱে এই মাইলৰ খুঁটিটোক এক অসাধাৰণ সাফল্য বুলি অভিহিত কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়ন-চালিত শাসন আৰ্হিৰ ওপৰত আলোকপাত কৰিছে যি জনসাধাৰণৰ আকাংক্ষাৰ সৈতে প্ৰতিধ্বনিত হৈছে আৰু এক স্বৰ্ণিম ভাৰতৰ পথ প্ৰশস্ত কৰিছে।"

***

MJPS/SS/PRK/HS


(रिलीज़ आईडी: 2271691) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam