ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

অসামৰিক বঁটা প্ৰদান সমাৰোহত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 25 MAY 2026 7:13PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৫ মে', ২০২৬) ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰথম অসামৰিক বঁটাপ্ৰদান সমাৰোহত ২০২৬ বৰ্ষৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটাসমূহ প্ৰদান কৰে। এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি,  প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।।

 

Please click here to see the photographs of the ceremony

 

***

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2265212) অতিথি কক্ষ : 7