প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ সবিশেষঃ চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিক’ছ ক্ৰিষ্টোড’লিডেছৰ ভাৰত ভ্ৰমণ
प्रविष्टि तिथि:
22 MAY 2026 4:11PM by PIB Guwahati
বুজাবুজিৰ চুক্তিসমূহ/চুক্তিসমূহঃ
|
ক্ৰমিক নং
|
বুজাবুজিৰ চুক্তিসমূহ
|
|
১.
|
সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তি
|
|
২.
|
সুষমা স্বৰাজ ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰতিষ্ঠান তথা চাইপ্ৰাছৰ কূটনৈতিক একাডেমীৰ মাজত কূটনৈতিক প্ৰশিক্ষণৰ ক্ষেত্ৰত বুজাবুজি চুক্তি
|
|
৩.
|
চাইপ্ৰাছৰ গৱেষণা, উদ্ভাৱন আৰু ডিজিটেল নীতিৰ উপ-মন্ত্ৰালয় আৰু ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত উদ্ভাৱন তথা প্ৰযুক্তি সম্পৰ্কীয় বুজাবুজি চুক্তি
|
|
৪.
|
চাইপ্ৰাছৰ লাৰ্নাকা যুটীয়া উদ্ধাৰ সমন্বয় কেন্দ্ৰ আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত অনুসন্ধান আৰু উদ্ধাৰ (এছ এ আৰ) সম্পৰ্কীয় বিষয়ত চৰকাৰী সমন্বয় আৰু সহযোগিতা স্থাপনৰ বাবে কাৰিকৰী ব্যৱস্থা
|
|
৫.
|
উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ শিক্ষা মন্ত্ৰালয় আৰু চাইপ্ৰাছ চৰকাৰৰ শিক্ষা, ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি
|
|
৬.
|
ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু চাইপ্ৰাছৰ সংস্কৃতি উপ-মন্ত্ৰালয়ৰ মাজত ২০২৬-২০৩০ সময়ছোৱাৰ বাবে সাংস্কৃতিক সহযোগিতাৰ বুজাবুজি চুক্তি
|
ঘোষণাসমূহঃ
|
ক্ৰমিক নং
|
শিৰোনাম
|
|
১.
|
দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা
|
|
২.
|
২০২৬-২০৩১ৰ বাবে ভাৰত আৰু চাইপ্ৰাছৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বাবে পৰিকল্পনা
|
|
৩.
|
ভাৰত আৰু চাইপ্ৰাছৰ মাজত চাইবাৰ সুৰক্ষা আলোচনাৰ প্ৰতিষ্ঠা
|
|
৪.
|
ভাৰত আৰু চাইপ্ৰাছৰ মাজত বাণিজ্যিক দূতাবাস সম্পৰ্কীয় আলোচনাৰ সূচনা
|
|
৫.
|
‘বাণিজ্য, সংযোগ আৰু সামুদ্ৰিক পৰিবহণ’ স্তম্ভৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত চাইপ্ৰাছৰ যোগদান
|
|
৬.
|
চাইপ্ৰাছ গণৰাজ্যক সহযোগ হিটা আৰু মৈত্ৰীৰ বাবে ভাৰত স্বাস্থ্য পদক্ষেপ (ভি এইচ আই এছ এম) কিউব উপহাৰ
|
|
৭.
|
২০২৬ৰ ১৮ মে’ত প্ৰথমবাৰৰ বাবে ভাৰত-চাইপ্ৰাছ মহাকাশ দিৱস উদযাপন
|
|
৮.
|
মুম্বাইত চাইপ্ৰাছ বাণিজ্য কেন্দ্ৰ মুকলি কৰাৰ বাবে চাইপ্ৰিয়েট পক্ষৰ সদিচ্ছা ঘোষণা
|
***
MJPS/SS/PRK/DD
(रिलीज़ आईडी: 2264207)
आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam