প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাঞ্জাৱৰ ফতেহগড় চাহিব জিলাত সংঘটিত দুৰ্ঘটনাত শোক প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 APR 2026 11:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাঞ্জাৱৰ ফতেহগড় চাহিব জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰি ব্যথিত হৈছো। তেওঁ শোকসন্তপ্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;
পাঞ্জাৱৰ ফতেহগড় চাহিব জিলাত সংঘটিত দুৰ্ঘটনাৰ খবৰ অতি মৰ্মান্তিক। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, মই তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো: প্ৰধানমন্ত্ৰী @narendramodi”
*****
MJPS/ST/DB
(ৰিলিজ আই ডি : 2252426)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam