প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁৰ ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
07 MAR 2026 7:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰদান কৰা তেওঁৰ ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;
“ওম বিৰলা জী কেৱল এগৰাকী সুদক্ষ সাংসদেই নহয়, বৰঞ্চ তেওঁ লোকসভাৰ এগৰাকী উল্লেখযোগ্য অধ্যক্ষও। শৈক্ষিক চহৰৰ পৰা যোৱাৰ বাবেই তেওঁৰ অধ্যক্ষ হিচাপে ভূমিকাত ইয়াৰ প্ৰভাৱ পৰিছে- তেওঁ পৰিয়ালৰ এজন ভাল মুৰব্বীৰ দৰে নেতৃত্ব প্ৰদান কৰে, সকলোকে লগত লৈ যায়। তেওঁ সকলো সাংসদৰে অনুভূতি আৰু অনুৰোধক সন্মান কৰে।
@ombirlakota”
“মই কোটাত এটা বিমানবন্দৰ স্থাপনৰ ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জীৰ অবিৰত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যৰ শলাগ ল’ব বিচাৰিছো। তেওঁ কোটাৰ প্ৰগতিৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।
ওম বিৰলা জী কেৱল এগৰাকী সুদক্ষ সাংসদেই নহয়, বৰঞ্চ তেওঁ লোকসভাৰ এগৰাকী উল্লেখযোগ্য অধ্যক্ষও। শৈক্ষিক চহৰৰ পৰা যোৱাৰ বাবেই তেওঁৰ অধ্যক্ষ হিচাপে ভূমিকাত ইয়াৰ প্ৰভাৱ পৰিছে- তেওঁ পৰিয়ালৰ এজন ভাল মুৰব্বীৰ দৰে নেতৃত্ব প্ৰদান কৰে, সকলোকে লগত লৈ যায়। তেওঁ সকলো সাংসদৰে অনুভূতি আৰু অনুৰোধক সন্মান কৰে।
@ombirlakota”
***
MJPS/ST/SB
(ৰিলিজ আই ডি : 2236544)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam