প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট মালয়ালী সাহিত্যিকসকলে প্ৰধানমন্ত্ৰীক সাক্ষাতেৰে কেৰালাক কেৰালামলৈ পুনৰ নামকৰণৰ বাবে কৃতজ্ঞতা জনায়
পোষ্ট কৰা হৈছে:
27 FEB 2026 7:34PM by PIB Guwahati
আজি বিশিষ্ট মালয়ালী সাহিত্যিকসকলে প্ৰধানমন্ত্ৰীক সাক্ষাতেৰে কেৰালাক কেৰালামলৈ পুনৰ নামকৰণৰ বাবে কৃতজ্ঞতা জনায়।
প্ৰধানমন্ত্ৰীয়ে বিশিষ্ট মালয়ালী সাহিত্যিকসকলৰ সৈতে মিলিত হৈ পৰম সন্তোষ পোৱা বুলি উল্লেখেৰে কয় যে এই মত-বিনিময় অত্যন্ত অন্তৰ্দৃষ্টিসম্পন্ন আছিল। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে বৈঠকত কেৰালাম আৰু মালয়ালমৰ প্ৰতি সাহিত্যিকসকলৰ আবেগিক দায়বদ্ধতা প্ৰতিফলিত হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰিছে;
কেৰালাক কেৰালামলৈ পুনৰ নামকৰণৰ বাবে কৃতজ্ঞতা জনাবলৈ অহা বিশিষ্ট মালয়ালী সাহিত্যিকসকলৰ সৈতে মিলিত হৈ পৰম সন্তোষ পাওঁ।
এই মত-বিনিময় অত্যন্ত অন্তৰ্দৃষ্টিসম্পন্ন আছিল। ইয়াত কেৰালাম আৰু মালয়ালমৰ প্ৰতি তেওঁলোকৰ আবেগিক দায়বদ্ধতা প্ৰতিফলিত হয়।
***
MJPS/Dr. Pavan Khedkar/SB
(ৰিলিজ আই ডি : 2233813)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam