প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক
পোষ্ট কৰা হৈছে:
18 FEB 2026 6:16PM by PIB Guwahati
ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলাৰ কাৰিছে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
দুয়োগৰাকী ভৱিষ্যতৰ প্ৰযুক্তি, শক্তি ব্যৱস্থাপনা, দক্ষতা আৰু বহুমুখী ক্ষেত্ৰত একেলগে কাম কৰাৰ বিষয়ে সহমত প্ৰকাশ কৰে।
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
'প্ৰযুক্তি আৰু এআইৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা ইষ্টোনিয়াৰ ৰাষ্ট্ৰপতি আলাৰ কাৰিছৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত কৰিলোঁ। বিশেষকৈ ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএৰ প্ৰেক্ষাপটত আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বত কেনেকৈ অধিক শক্তি যোগ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলোঁ।
@AlarKaris”
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2229964)
অতিথি কক্ষ : 4