প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুলৱামাৰ সাহসী বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 FEB 2026 11:06AM by PIB Guwahati

২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত প্ৰাণ আহুতি দিয়া সাহসী বীৰসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ নিষ্ঠা, সংকল্প আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আমাৰ সামূহিক চেতনাত চিৰদিনৰ বাবে খোদিত হৈ ৰ'ব আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ অদম্য সাহসৰ পৰা শক্তি লাভ কৰিব।

শ্ৰী মোদীয়ে এক্সৰ পোষ্ট কয়ঃ

প্ৰধানমন্ত্ৰীয়ে কয়, "২০১৯ৰ আজিৰ দিনটোতে পুলৱামাত প্ৰাণ আহুতি দিয়া সাহসী বীৰসকলক স্মৰণ কৰিছো। তেওঁলোকৰ নিষ্ঠা, সংকল্প আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আমাৰ সামূহিক চেতনাত চিৰদিনৰ বাবে খোদিত হৈ থাকিব। প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ অদম্য সাহসৰ পৰা শক্তি লাভ কৰিব"।

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2228019) অতিথি কক্ষ : 9