প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মনৰ সন্তুলন অটুত থকাত পৰীক্ষা পে চৰ্চাৰ গুৰুত্বত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

পোষ্ট কৰা হৈছে: 12 FEB 2026 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত পৰীক্ষা পে চৰ্চাই সদায় ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ সন্তুলনক পৰীক্ষাৰ মূলত ৰাখি ভয়ৰ বিপৰীতে শিক্ষণৰ মনোভাৱক উদযাপন কৰা আৰু আত্মবিশ্বাস বৃদ্ধি কৰা সন্দৰ্ভত আলোকপাত কৰা হৈছে।

শ্ৰী মোদীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“পৰীক্ষা পে চৰ্চাই সদায় ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ সন্তুলনক পৰীক্ষাৰ মূলত ৰাখি ভয়ৰ বিপৰীতে শিক্ষণৰ মনোভাৱক উদযাপন আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে।

আমি পৰীক্ষাৰ দিশে আগবাঢ়ি যোৱাৰ লগে-লগে ৰাজ্যিক মন্ত্ৰী @DrSukantaBJP-ৰ এটা অন্তৰ্দৃষ্টিসম্পন্ন লেখা আগবঢ়াইছো। লেখাটো পঢ়ি পৰীক্ষাক জয় কৰক!”

 

***

MJPS/VJ/SB


(ৰিলিজ আই ডি : 2227322) অতিথি কক্ষ : 4