প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে গান্ধী স্মৃতিত আয়োজিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে
प्रविष्टि तिथि:
30 JAN 2026 8:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী স্মৃতিত আয়োজিত এখনি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ প্ৰচেষ্টাতে আমাৰ স্বাধীনতা আন্দোলনৰ গতিপথে নতুন ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ ভাৰতৰ যাত্ৰাত ৰাখি থৈ যোৱা গভীৰ পদাংক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুভূত হৈ আছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"গান্ধী স্মৃতিত আয়োজিত এখনি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰো।
বাপুৰ জীৱন পৰিক্ৰমাই লক্ষ-লক্ষ জীৱনলৈ আশাৰ সঞ্চাৰ কৰে। তেওঁৰ প্ৰচেষ্টাতে আমাৰ স্বাধীনতা আন্দোলনৰ গতিপথে নতুন ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ ভাৰতৰ যাত্ৰাত ৰাখি থৈ যোৱা গভীৰ পদাংক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুভূত হৈ আছে।"
****
MJPS/VJ/SB
(रिलीज़ आईडी: 2221189)
आगंतुक पटल : 2