প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
20 JAN 2026 10:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাল জ্ঞান আৰু সীমিত সময়ৰ ভিতৰত প্রজ্ঞাৰ সাৰমৰ্মৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰা এটা বিশেষ সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
সংস্কৃত শ্লোক -
अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥
ইয়াৰ অৰ্থ এয়ে যে জ্ঞান প্ৰাপ্ত কৰাৰ বাবে অসংখ্য শাস্ত্ৰ আৰু জ্ঞানৰ বিভিন্ন শাখা আছে যদিও মানৱ জীৱন সীমিত সময় আৰু বিভিন্ন বাধাৰ দ্বাৰা সীমাবদ্ধ। সেয়েহে আমি ৰাজহাঁহক অনুকৰণ কৰিব লাগে, যিয়ে বিচক্ষণতাৰে মূল অথবা চিৰন্তণ সত্য উপলব্ধি কৰি, পানীৰ পৰা গাখীৰক পৃথক কৰে বুলি বিশ্বাস কৰা হয়।
শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;
“अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥”
***
MJPS/SR/NB
(रिलीज़ आईडी: 2216355)
आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam