গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

থিৰুভাল্লুভাৰ দিৱসত মহান সন্ত থিৰুভাল্লুভাৰজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

থিৰুভাল্লুভাৰ জীৰ জীৱন আৰু কৰ্ম আছিল আমাৰ সভ্যতাৰ সৰ্বোচ্চ গুণৰ প্ৰতীক আৰু তেওঁৰ কৰ্মই পবিত্ৰ জীৱন তথা সমন্বয়পূর্ণ সমাজৰ পথ আলোকিত কৰিছিল

তেওঁৰ ঐতিহ্যই মহত্ব অভিমুখী আমাৰ যাত্ৰাত পথ প্ৰদৰ্শন অব্যাহত ৰাখিব

प्रविष्टि तिथि: 16 JAN 2026 1:25PM by PIB Guwahati

থিৰুভাল্লুভাৰ দিৱসত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান সন্ত থিৰুভাল্লুভাৰজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্স-ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘থিৰুভাল্লুভাৰ দিৱসত মই মহান সন্তগৰাকীৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। থিৰুভাল্লুভাৰ জীৰ জীৱন আৰু কৰ্ম আছিল আমাৰ সভ্যতাৰ সৰ্বোচ্চ গুণৰ প্ৰতীক আৰু তেওঁৰ কৰ্মই পবিত্ৰ জীৱন তথা সমন্বয়পূর্ণ সমাজৰ পথ আলোকিত কৰিছিল। তেওঁৰ উত্তৰাধিকাৰে মহত্ব অভিমুখী আমাৰ যাত্ৰাত পথ প্ৰদৰ্শন অব্যাহত ৰাখিব।’

****

RK/PR/PS/DD


(रिलीज़ आईडी: 2215365) आगंतुक पटल : 37
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Kannada , Malayalam