প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 JAN 2026 10:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স-ৰ পৃথক প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“সকলোকে উত্তৰায়ণৰ শুভেচ্ছা জনালো!”

“সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল!”

***

MJPS/SR/SB
 


(ৰিলিজ আই ডি : 2214448) অতিথি কক্ষ : 49