প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আভাস ভাগ-বাটোৱাৰা কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
11 JAN 2026 9:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
"আহমেদাবাদৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে আমাৰ দায়বদ্ধতা আমি আৰম্ভ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পত প্ৰতিফলিত হৈছে। আজি আহমেদাবাদ মেট্ৰ'ৰ দ্বিতীয় পৰ্যায়ৰ বাকী অংশ, ছেক্টৰ ১০এৰ পৰা মহাত্মা মন্দিৰলৈকে উদ্বোধন কৰা হয়। ইয়াৰ দ্বাৰা আহমেদাবাদ আৰু গান্ধীনগৰৰ জনসাধাৰণৰ জীৱন যাপনৰ সহজতা বৃদ্ধি পাব।"
***
MJPS/SR/KD
(रिलीज़ आईडी: 2213545)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam