গৃহ মন্ত্ৰালয়
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিংজীক তেওঁৰ জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সন্মান প্ৰদৰ্শন
অত্যুৎসাহী জাতীয়তাবাদী নেতা কল্যাণ সিং জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
উত্তৰ প্ৰদেশত অপৰাধৰ পৰা মুক্তিৰ প্ৰতীক কল্যাণ সিং জীয়ে কেতিয়াও ৰাষ্ট্ৰৰ ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱ সুৰক্ষিত কৰাৰ নীতিত আপোচ কৰা নাছিল আৰু আনকি ক্ষমতা ত্যাগ কৰাপৰ্যন্ত তেওঁ আদৰ্শগত মূল্যবোধত অটল আছিল
জনসাধাৰণৰ কল্যাণ আৰু সেৱাৰ দিশত তেওঁৰ প্ৰচেষ্টা আজিও স্মৰণীয় হৈ আছে
प्रविष्टि तिथि:
05 JAN 2026 1:14PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিংজীক তেওঁৰ জয়ন্তী উপলক্ষে সন্মানিত কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, অত্যুৎসাহী জাতীয়তাবাদী নেতা শ্ৰদ্ধাৰ কল্যাণ সিং জীলৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। উত্তৰ প্ৰদেশত অপৰাধৰ পৰা মুক্তিৰ প্ৰতীক কল্যাণ সিং জীয়ে কেতিয়াও ৰাষ্ট্ৰৰ ঐতিহ্য তথা সাংস্কৃতিক গৌৰৱ সুৰক্ষিত কৰাৰ নীতিত আপোচ কৰা নাছিল আৰু নিজৰ আদৰ্শগত মূল্যবোধত অটল থাকি ক্ষমতা ত্যাগ কৰিছিল। জনসাধাৰণৰ কল্যাণ আৰু সেৱাৰ দিশত তেওঁৰ প্ৰচেষ্টা আজিও স্মৰণীয় হৈ আছে।
***
RK/PR/PS/MK
(रिलीज़ आईडी: 2211473)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada