প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 DEC 2025 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত মুকলি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছিক অভিনন্দন জনাইছে। ‘তেওঁৰ দৃঢ়তা লক্ষণীয়। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত মুকলি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছিৰ বাবে গৌৰৱান্বিত। তেওঁৰ দৃঢ়তা লক্ষণীয়। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।’

@ArjunErigaisi

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2209437) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Malayalam , Kannada , Bengali , Bengali-TR , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu