প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'জীৱন ধাৰণৰ সূচলতা' বৃদ্ধি কৰা আৰু অনাগত সময়ত অধিক গতিৰে সংস্কাৰৰ পথ অব্যাহত ৰখাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ
পোষ্ট কৰা হৈছে:
26 DEC 2025 10:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে 'জীৱন ধাৰণৰ সূচলতা' বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অনাগত সময়ত এই সংস্কাৰৰ গতিপথ আৰু অধিক তীব্ৰতাৰে অব্যাহত থাকিব। শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত শ্বেয়াৰ কৰি দেখুৱাইছে যে তেওঁৰ চৰকাৰে সেই দিশত কেনেদৰে কাম কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"আমাৰ চৰকাৰ 'জীৱন ধাৰণৰ সূচলতা' বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তলৰ পোষ্টটোৱে আমি সেই দিশত কেনেদৰে কাম কৰিছো তাৰ উদাহৰণ দিয়ে। অনাগত সময়ত আমাৰ সংস্কাৰৰ গতিপথ আৰু অধিক তীব্ৰতাৰে অব্যাহত থাকিব।"
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2208729)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam