পোষ্ট কৰা হৈছে:
12 DEC 2025 10:37AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিল চাকুৰকাৰ জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিল চাকুৰকাৰ জীৰ মৃত্যুত মৰ্মাহত হৈছো। সমগ্ৰ কৰ্মজীৱনৰ সময়ছোৱাত পাটিল জী ৰাজহুৱা পৰিক্ৰমা সম্পৰ্কে থকা তেওঁৰ বিশাল জ্ঞান আৰু সমৰ্পিত সেৱাৰ বাবে জনাজাত আছিল। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’
***
RK / RR / PS / MK