প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাষ্ট্ৰৰ সংবিধানৰ যাত্ৰাক প্ৰতিফলিত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
26 NOV 2025 1:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংবিধান সভাৰ দ্বাৰা গঠন কৰা আৰু কোটি কোটি ভাৰতীয়ৰ আকাংক্ষাৰ দ্বাৰা সমৃদ্ধ আমাৰ ৰাষ্ট্ৰৰ সংবিধানৰ যাত্ৰাক প্ৰতিফলিত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সংবিধানে ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী বিকশিত ভাৰত হিচাপে আগুৱাই নিয়াৰ বাবে এক আদৰ্শ পথ প্ৰদৰ্শক হিচাপে কাম কৰে।
লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়ঃ
‘এই অন্তর্দৃষ্টিসম্পন্ন প্ৰবন্ধটোত লোকসভাৰ অধ্যক্ষ মাননীয় শ্ৰী ওম বিৰলাই সংবিধান সভাৰ দ্বাৰা গঠন কৰা আৰু কোটি কোটি ভাৰতীয়ৰ আকাংক্ষাৰ দ্বাৰা সমৃদ্ধ আমাৰ ৰাষ্ট্ৰৰ সংবিধানৰ যাত্ৰাৰ বিষয়ে প্ৰতিফলিত কৰিছে।
তেওঁ উল্লেখ কৰে যে সংবিধানে ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী বিকশিত ভাৰত হিচাপে আগুৱাই নিয়াৰ বাবে এক আদৰ্শ পথ প্ৰদৰ্শক হিচাপে কাম কৰে।’
***
MJPS/SR/MK
(रिलीज़ आईडी: 2194689)
आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam