প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত বেডমিণ্টনৰ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিৱৰাজান আৰু নীতিশ শ্ৰীন শিৱানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 25 OCT 2023 10:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংজৌ এছিয়ান পেৰা গেমছত বেডমিণ্টন মিক্সড ডাবলছ এছএইচ৬ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে শিৱৰাজান আৰু নীতিশ শ্ৰীনক অভিনন্দন জনায়।

তেওঁ কয় যে তেওঁলোকৰ এই সাফল্য তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰিচয়।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

প্ৰধানমন্ত্ৰীয়ে কয়, "এছিয়ান পেৰা গেমছত বেডমিণ্টন মিক্সড ডাবলছৰ এছএইচ৬ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শিৱৰাজান আৰু নীতিশ শ্ৰীনক অভিনন্দন জনাইছো।


(ৰিলিজ আই ডি : 2191973) অতিথি কক্ষ : 33