প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাইয়ে ; উপহাৰ দিলে নিজৰ কিতাপ

प्रविष्टि तिथि: 18 NOV 2025 7:10PM by PIB Guwahati

বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত শ্ৰী দেশাইয়ে তেওঁৰ নিজৰ  গ্ৰন্থ এখন প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

 

“বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাই জীক লগ পাই ভাল লাগিল আৰু  তেওঁৰ কিতাপখন  লাভ কৰি আনন্দিত হৈছো।”

https://x.com/narendramodi/status/1990765807933272564?s=46&t=lYim83Rgu8iRwsKYYY93XA

******

MJPS/ST/DM

 


(रिलीज़ आईडी: 2191547) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam