প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা ষোড়শ বিত্ত আয়োগৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক
प्रविष्टि तिथि:
17 NOV 2025 8:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ষোড়শ বিত্ত আয়োগৰ আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত যোৱা আয়োগৰ সদস্যৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত এক্সত লিখিছে;
“ষোড়শ বিত্ত আয়োগৰ আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত ১৬ সংখ্যক বিত্ত আয়োগৰ সদস্যসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰিলোঁ।
@APanagariya”
***
MJPS/ST/DM
(रिलीज़ आईडी: 2191069)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam