প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাইপাৰ আহমেদাবাদ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ অভিনন্দন বাৰ্তা

পোষ্ট কৰা হৈছে: 30 SEP 2023 8:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডাভিয়ৰ দ্বাৰা নাইপাৰ আহমেদাবাদৰ উদ্বোধনৰ বাবে এক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে নিপাৰ আহমেদাবাদে জ্ঞান, বিজ্ঞান আৰু গৱেষণাৰ এক শক্তিশালী সেতু হিচাপে কাম কৰি ফাৰ্মাচিউটিকেল ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তেওঁ এক্সত পোষ্ট কৰিছিল:

বহুত বহুত অভিনন্দন আৰু শুভকামনা! মই বিশ্বাস কৰো যে আহমেদাবাদৰ নিপাৰে জ্ঞান-বিজ্ঞান আৰু গৱেষণাৰ এক শক্তিশালী সেতু হৈ ফাৰ্মাচিউটিকেল ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


(ৰিলিজ আই ডি : 2190826) অতিথি কক্ষ : 19