প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত SWAMIH-ৰ অধীনত প্ৰথমটো গৃহ প্ৰকল্পৰ নতুন গৃহৰ মালিকসকলক অভিনন্দন জনায়
प्रविष्टि तिथि:
03 JUL 2023 9:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুত SWAMIH ফাণ্ডৰ অধীনত প্ৰথমটো প্ৰকল্পৰ নতুন গৃহৰ মালিকসকলক অভিনন্দন জনাইছে, যিয়ে ৩০০০তকৈও অধিক পৰিয়ালক তেওঁলোকৰ সপোনৰ গৃহ লাভ কৰাত সহায় কৰিছে।
দক্ষিণ বেংগালুৰু সাংসদ শ্ৰী তেজস্বী সূৰ্যৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
'যিসকলে ঘৰ পাইছে তেওঁলোকক অভিনন্দন জনাইছো।'
(रिलीज़ आईडी: 2190684)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam