প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সুৰিনেমৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 JUN 2023 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিক সুৰিনেমৰ সৰ্বোচ্চ অসামৰিক বঁটা 'গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য য়েলো ষ্টাৰ' প্ৰদানৰ বাবে অভিনন্দন জনাইছে।

ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

প্ৰধানমন্ত্ৰীয়ে কয়, "সুৰিনেমৰ সৰ্বোচ্চ অসামৰিক বঁটা 'গ্ৰেণ্ড অৰ্ডাৰ অৱ দ্য চেইন অৱ দ্য য়েলো ষ্টাৰ' লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি মহোদয়ক অভিনন্দন জনাইছো। সুৰিনেমৰ চৰকাৰ আৰু জনসাধাৰণৰ এই বিশেষ প্ৰদৰ্শন আমাৰ দেশসমূহৰ মাজত থকা স্থায়ী বন্ধুত্বৰ প্ৰতীক"।


(रिलीज़ आईडी: 2189637) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam