প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰ জম্মুয়ে আমাৰ ঐতিহ্যৰ সমৃদ্ধি উদযাপন কৰিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 08 JUN 2023 7:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰে জম্মুত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱ অধিক গভীৰ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"এইটোৱে আমাৰ ঐতিহ্যৰ সমৃদ্ধি উদযাপন কৰিব আৰু 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱক গভীৰ কৰিব।


(रिलीज़ आईडी: 2189634) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam