প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওড়িশাৰ জনসাধাৰণক ৰাজা পৰ্বৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JUN 2023 2:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যজুৰি চলি থকা ৰাজা পৰ্বৰ উৎসৱ উপলক্ষে ওড়িশাৰ জনসাধাৰণক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়;
সমগ্ৰ ওড়িশাত চলি থকা ৰাজা পৰ্বৰ উৎসৱ উপলক্ষে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো। এই শুভ সময়ছোৱা আপোনাৰ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ অধিকাৰী হওক। চাৰিওফালে সুখৰ সমাহাৰ হওক।
“ରଜ ପର୍ବ ଅବସରରେ ହାର୍ଦ୍ଦିକ ଶୁଭକାମନା । ଏହି ପବିତ୍ର ଅବସର ଆପଣଙ୍କୁ ଉତ୍ତମ ସ୍ବାସ୍ଥ୍ୟ ଓ ସମୃଦ୍ଧି ଆଣି ଦେଉ। ଆପଣଙ୍କ ଜୀବନ ଆନନ୍ଦମୟ ହେଉ ।”
(रिलीज़ आईडी: 2189608)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada