প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অপাৰেশ্যন গংগা ভাৰতৰ অদম্য মনোভাৱক প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 JUN 2023 3:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰা গংগা অভিযানৰ ওপৰত নিৰ্মাণ কৰা এখন নতুন তথ্যচিত্ৰই এই অভিযানৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে তথ্যবহুল হ'ব।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়:

"অপাৰেশ্যন গংগাই প্ৰমাণ কৰিছে যে যিমানেই কঠিন প্ৰত্যাহ্বান নহওক কিয়, আমি আমাৰ জনসাধাৰণৰ সৈতে থিয় হোৱাৰ দৃঢ় সংকল্প লৈছো। ই ভাৰতৰ অদম্য মনোভাৱকো প্ৰতিফলিত কৰে। এই তথ্যচিত্ৰখনে এই অভিযানৰ সৈতে সম্পৰ্কিত দিশসমূহৰ বিষয়ে অতি তথ্যবহুল হ'ব"।


(रिलीज़ आईडी: 2189603) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam