প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 28 AUG 2023 7:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে  এক্সৰ এটা পোষ্টত কৈছে;

‘প্ৰতিভাৱান @Neeraj_chopra1 ই উৎকৃষ্টতাৰ উদাহৰণ দিছে। তেওঁৰ নিষ্ঠা, নিখুঁততা আৰু উৎসাহে তেওঁক কেৱল এথলেটিকছৰ চেম্পিয়নেই নহয়, সমগ্ৰ ক্ৰীড়া জগতত অতুলনীয় উৎকৃষ্টতাৰ প্ৰতীক কৰি তুলিছে। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো’।

***

DS/ST/MK


(रिलीज़ आईडी: 2189601) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam