প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 MAY 2023 9:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি গোপাল কৃষ্ণ গোখলেৰ জন্ম বাৰ্ষিকীত মই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ শিক্ষা আৰু সামাজিক সবলীকৰণৰ বাবে বিভিন্ন প্ৰচেষ্টাৰ অগ্ৰদূত আছিল। তেওঁৰ আদৰ্শই মহাত্মা গান্ধীকে ধৰি বহুতো লোকক প্ৰভাৱিত কৰিছিল।"


(रिलीज़ आईडी: 2189596) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam