প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী পিভি নৰসিংহ ৰাওক জন্ম বাৰ্ষিকীত স্মৰণ কৰে

পোষ্ট কৰা হৈছে: 28 JUN 2023 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পিভি নৰসিংহ ৰাওক জন্ম বাৰ্ষিকীত স্মৰণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;

“শ্ৰী পিভি নৰসিংহ ৰাও জীক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰিছো। ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু দায়বদ্ধতা উল্লেখযোগ্য আছিল। আমাৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে তেওঁৰ অমূল্য অৱদানক আমি সন্মান জনাইছো।”


(ৰিলিজ আই ডি : 2189109) অতিথি কক্ষ : 17