প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশেষ অলিম্পিক বিশ্ব গেমছৰ বাবে ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
18 JUN 2023 4:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্লিনত আৰম্ভ হ’বলগীয়া বিশেষ অলিম্পিক বিশ্ব গেমছৰ বাবে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :
"বাৰ্লিনত বিশেষ অলিম্পিক বিশ্ব গেমছ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দলটোলৈ মোৰ শুভেচ্ছা জনালোঁ। খেলসমূহত আমাক প্ৰতিনিধিত্ব কৰা প্ৰতিজন খেলুৱৈৰ বাবে আমি গৌৰৱান্বিত। তেওঁলোকে নিজৰ মনোভাৱ, দৃঢ়তা আৰু স্থিতিস্থাপকতাৰ জৰিয়তে উজ্জ্বলভাৱে জিলিকি উঠক।"
(रिलीज़ आईडी: 2189106)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam