প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ ২০২২ৰ শ্বটপুট এফ-৫৬/৫৭ শ্ৰেণী শাখাত হোটোঝে ডেনা হোকাটোৰ ব্ৰঞ্জৰ পদক জয়ত অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
25 OCT 2023 7:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত শ্বটপুট এফ-৫৬/৫৭ শাখাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে হোটোঝে ডেনা হোকাটোক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ
"শ্বটপুট এফ-৫৬/৫৭ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে হোটোঝে ডেনা হোকাটোক অভিনন্দন জনাইছো।
তেওঁৰ অবিশ্বাস্য উদ্যম আৰু শক্তিক লৈ ভাৰত গৌৰৱান্বিত। তেওঁৰ অনাগত যাত্ৰা অধিক গৌৰৱোজ্জ্বল বিজয়েৰে সুশোভিত হওক।"
***
DS/TS/HS
(Release ID: 2188789)
Visitor Counter : 8
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada