প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ ৫০ মিটাৰ বাটাৰফ্লাই-এছ৭ শাখাত ব্ৰঞ্জৰ পদক জয় কৰা সুয়াশ যাদৱক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
27 OCT 2023 6:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ ৫০ মিটাৰ বাটাৰফ্লাই-এছ৭ শাখাত ব্ৰঞ্জৰ পদক জয় কৰা সুয়াশ যাদৱক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছেঃ
"পুৰুষৰ ৫০ মিটাৰ বাটাৰফ্লাই-এছ৭ শাখাত তেওঁৰ চমৎকাৰ ব্ৰঞ্জৰ জয়ৰ বাবে সুয়াশ যাদৱক বহুত অভিনন্দন। তেওঁ দেখুৱাই দিছে যে অধ্যৱসায় আৰু আকাংক্ষাই সফলতাৰ পথ প্ৰশস্ত কৰিব পাৰে। ভাৰত অতি আনন্দিত।"
****
DS/RT/HS
(ৰিলিজ আই ডি : 2188780)
অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam