প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে জাভিয়েৰ মাইলিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 20 NOV 2023 5:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে জাভিয়েৰ মিলিক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে @JMileiক অভিনন্দন জনাইছো। ভাৰত-আৰ্জেণ্টিনাৰ কৌশলগত অংশীদাৰিত্বৰ বৈচিত্ৰ আৰু সম্প্ৰসাৰণৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।


(Release ID: 2187282) Visitor Counter : 8