প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ ২০২২ৰ ক্লাছ-৪ শাখাৰ টেবুল টেনিছ মহিলা একক প্ৰতিযোগিতাত ভাৱিনা পেটেলৰ ব্ৰঞ্জৰ পদকক লৈ প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ
Posted On:
25 OCT 2023 1:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ৰ টেবুল টেনিছ মহিলা একক-ক্লাছ ৪ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৱিনা পেটেলক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘উদীয়মান খেলুৱৈসকলৰ বাবে এক প্ৰকৃত অনুপ্ৰেৰণা! টেবুল টেনিছ মহিলা একক-ক্লাছ ৪ শাখাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ভাৱিনা পেটেলক অভিনন্দন জনাইছো। তেওঁৰ অসাধাৰণ প্ৰতিভা আৰু অটল দায়বদ্ধতাই আমাৰ দেশলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।’
***
DS/TS/DD
(Release ID: 2184127)
Visitor Counter : 3
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada