প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন আৰু লালন-পালনৰ বাবে ইণ্ডিয়া আৰ্ট, আৰ্কিটেকচাৰ এণ্ড ডিজাইন বিয়েনালেৰ দৰে মঞ্চসমূহ অতিশয় প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী
Posted On:
08 DEC 2023 9:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লাস্থিত ইণ্ডিয়া আৰ্ট, আৰ্কিটেকচাৰ এণ্ড ডিজাইন বিয়েনালেত কটোৱা কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“আজি ইণ্ডিয়া আৰ্ট, আৰ্কিটেকচাৰ এণ্ড ডিজাইন বিয়েনালে দৰ্শন কৰি ৰোমাঞ্চিত হৈছোঁ। আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন আৰু লালন-পালনৰ বাবে এনে মঞ্চসমূহ অতিশয় প্ৰয়োজনীয়। যিয়ে সৃষ্টিশীল মনক একত্ৰিত হোৱা, অনুপ্ৰাণিত আৰু ভাৰতীয় পৰম্পৰাৰ স্পন্দনশীল উত্তৰাধিকাৰক জীয়াই ৰখাৰ এখনি অনন্য মঞ্চ প্ৰশস্ত কৰিছে।”
***
DS/TS/SB
(Release ID: 2183553)
Visitor Counter : 4
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam