গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ কাংকেৰ জিলাত অস্ত্ৰসহ ২১ মাওবাদীৰ আত্মসমৰ্পণ কাৰ্য্যত সন্তোষ প্ৰকাশ কৰে
আত্মসমৰ্পণ কৰা ২১ জন মাওবাদীৰ ১৩ জনেই হৈছে জ্যেষ্ঠ কেডাৰ
মোদী চৰকাৰৰ আহ্বানমৰ্মে হিংসাৰ পথ পৰিহাৰেৰে মূলসুঁতিত যোগদানৰ বাবে মই তেওঁলোকৰ শলাগ লৈছোঁ
মই এতিয়াও বন্দুক লৈ থকা বাকীসকলক অতি সোনকালেই আত্মসমৰ্পণ কৰিবলৈ পুনৰবাৰ আহ্বান জনাইছোঁ
আমি ২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ নিৰ্মূলৰ সংকল্প গ্ৰহণ কৰিছোঁ
प्रविष्टि तिथि:
27 OCT 2025 12:28PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ কাংকেৰ জিলাত অস্ত্ৰসহ ২১ মাওবাদীৰ আত্মসমৰ্পণ কাৰ্য্যত সন্তোষ প্ৰকাশ কৰে।
এক্স প্লেটফৰ্মত কৰা এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “ছত্তীশগড়ৰ কাংকেৰ জিলাত অস্ত্ৰসহ ২১ মাওবাদীৰ আত্মসমৰ্পণ কাৰ্য্যত সন্তোষ পাইছোঁ। তেওঁলোকৰ ১৩ জনেই হৈছে জ্যেষ্ঠ কেডাৰ। মোদী চৰকাৰৰ আহ্বানমৰ্মে হিংসাৰ পথ পৰিহাৰেৰে মূলসুঁতিত যোগদানৰ বাবে মই তেওঁলোকৰ শলাগ লৈছোঁ। মই এতিয়াও বন্দুক লৈ থকা বাকীসকলক অতি সোনকালেই আত্মসমৰ্পণ কৰিবলৈ পুনৰবাৰ আহ্বান জনাইছোঁ। আমি ২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ নিৰ্মূলৰ সংকল্প গ্ৰহণ কৰিছোঁ।”
*****
RK / RR / PS/SB
(रिलीज़ आईडी: 2183135)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam