প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জলবায়ু ন্যায় কেনেকৈ ভাৰতৰ বাবে এক নৈতিক দায়িত্ব আৰু বিশ্ব জলবায়ু কাৰ্য্যব্যৱস্থাৰ কেন্দ্ৰীয় বিষয় সেই সম্পৰ্কীয় প্ৰৱন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 OCT 2025 12:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলবায়ু ন্যায় কেনেদৰে ভাৰতৰ বাবে এক নৈতিক দায়িত্ব আৰু বিশ্ব জলবায়ু কাৰ্য্যব্যৱস্থাৰ কেন্দ্ৰীয় বিষয় সেই সম্পৰ্কে গুৰুত্ব আৰোপ কৰি এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।
এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱৰ এটা পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছেঃ
"কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী শ্ৰীভূপেন্দ্র যাদৱে গুৰুত্ব আৰোপ কৰিছে যে ভাৰতৰ বাবে জলবায়ু ন্যায় হৈছে এক নৈতিক দায়িত্ব আৰু বিশ্ব জলবায়ু পদক্ষেপৰ কেন্দ্ৰবিন্দু।
তেওঁ নিৰপেক্ষ, অনুদান-আধাৰিত জলবায়ু বিত্তৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে যিয়ে ঐতিহাসিক দায়বদ্ধতাক স্বীকৃতি দিয়ে আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক সমতাৰে সমৰ্থন কৰে।
সকলোৱে পঢ়ক! "
***
MJPS/SR/HS
(रिलीज़ आईडी: 2182985)
आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam