প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সন্ত শ্ৰী ৰামৰাও বাপু মহাৰাজক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
05 OCT 2024 2:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত শ্ৰী ৰামৰাও বাপু মহাৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সন্ত ৰামৰাও বাপুৱে সদায়েই মানুহৰ দুখ-দুৰ্দশা দূৰ কৰিবলৈ আৰু কৰুণাময় সমাজ গঢ়াৰ বাবে কাম কৰিছিল।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ
ৱাছিমত সন্ত শ্ৰী ৰামৰাও বাপু মহাৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ উচচ শিক্ষাই কেইবাজনো লোকক শক্তি প্ৰদান কৰে। তেওঁ সদায় মানৱীয় দুখ-কষ্ট দূৰ কৰাৰ বাবে আৰু সহানুভূতিশীল সমাজ গঢ়াৰ বাবে কাম কৰিছিল।
MJPS/SR
(ৰিলিজ আই ডি : 2179844)
অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam