প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংবিধান দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 26 NOV 2024 2:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবধন সদনত সংবিধান দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ প্ৰশংসা কৰি ইয়াক অন্তৰ্দৃষ্টিপূৰ্ণ বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত প্ৰকাশ কৰিছেঃ

 ⁇ সংবিধান দিৱস উপলক্ষে সম্বিধান সদনত অনুষ্ঠিত কাৰ্যসূচীত যোগদান কৰে। ৰাষ্ট্রপতিগৰাকীয়ে এক অন্তর্দৃষ্টিপূর্ণ ভাষণত আমাৰ সংবিধানৰ গুৰুত্ব আৰু জাতীয় প্রগতিৰ ক্ষেত্রত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰে।


(रिलीज़ आईडी: 2178285) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam