প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী নটৱাৰ সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 11 AUG 2024 8:17AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নটোৱাৰ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনত তেওঁৰ সমৃদ্ধ অৱদানক স্মৰণ কৰে। তেওঁ নিজৰ বুদ্ধিমত্তা আৰু প্ৰচুৰ লেখাৰ বাবেও জনাজাত আছিল।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:

"শ্ৰী নটৱাৰ সিং জীৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁ কূটনীতি আৰু বৈদেশিক নীতিৰ জগতখনলৈ সমৃদ্ধিশালী বৰঙণি আগবঢ়াইছিল। তেওঁ তেওঁৰ বুদ্ধিমত্তাৰ লগতে প্ৰচুৰ লেখাৰ বাবেও জনাজাত আছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি।

 

MJPS/SS/SR


(रिलीज़ आईडी: 2178268) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam