প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝাৰখণ্ডৰ জামতাৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
28 FEB 2024 10:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ জামতাৰাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা পোষ্টত কয়;
ঝাৰখণ্ডৰ জামতাৰাত সংঘটিত দুৰ্ঘটনাৰ বাবে দুখিত। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক: প্ৰধানমন্ত্ৰী @narendramodi"
DS/ST
(ৰিলিজ আই ডি : 2178263)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam