প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে লতা মংগেশকাৰে গোৱা শ্ৰী ৰামৰক্ষা শ্লোক শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
17 JAN 2024 8:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম ৰক্ষা শ্লোক 'মাতা ৰামো মাত্পিতা ৰামচন্দ্ৰ' শীৰ্ষক লতা মংগেশকাৰৰ দ্বাৰা গোৱা শ্লোকটো শ্বেয়াৰ কৰে।
এইটোৱেই আছিল কিংবদন্তি গায়কজনে ৰেকৰ্ড কৰা অন্তিম শ্লোক।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স-পোষ্টত কৈছে;
২২ জানুৱাৰীক দেশবাসীয়ে অতি উৎসাহেৰে অপেক্ষা কৰি আছে, কিন্তু যিসকলৰ অনুপস্থিতি অনুভৱ কৰিব, তেওঁলোকৰ ভিতৰত অন্যতম হ'ল আমাৰ প্ৰিয় লতা দিদি।
এইয়া তেওঁ গোৱা এটা শ্লোক। তেওঁৰ পৰিয়ালে মোক ক'লে যে সেয়া আছিল তেওঁ ৰেকৰ্ড কৰা অন্তিম শ্লোক।
DS/ST
(रिलीज़ आईडी: 2178204)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam