প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাম সেতু-আৰিচল মুনৈৰ প্ৰাৰম্ভিক স্থান পৰিদৰ্শন কৰে

পোষ্ট কৰা হৈছে: 21 JAN 2024 3:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামসেতুৰ আৰম্ভণিস্থলী আৰিচল মুনাই পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

প্ৰভু শ্ৰী ৰামৰ জীৱনত এক বিশেষ গুৰুত্ব থকা আৰিচল মুনৈত উপস্থিত হোৱাৰ সুযোগ লাভ কৰিলো। ৰামসেতুৰ আৰম্ভণি বিন্দু। 

 

DS/TS


(ৰিলিজ আই ডি : 2178197) অতিথি কক্ষ : 19