প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাণপ্ৰতিষ্ঠাৰ পবিত্ৰ অনুষ্ঠানত ৰাম জ্যোতি জ্বলোৱাৰ বাবে নাগৰিকসকলক আহ্বান প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 JAN 2024 6:09PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানৰ শুভ উপলক্ষে ৰাম জ্যোতি জ্বলাবলৈ আৰু শ্ৰী ৰাম লল্লাক আদৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

'আজি অযোধ্যাৰ মন্দিৰত ৰাম লালা বিৰাজমান। এই পবিত্ৰ অনুষ্ঠানত ৰাম জ্যোতি প্ৰজ্বলন কৰি সকলো দেশবাসীক আহ্বান জনাইছো যাতে নিজৰ ঘৰত ৰাম জ্যোতি প্ৰজ্বলন কৰে। জয় সিয়াৰাম!'

DS/TS


(ৰিলিজ আই ডি : 2178196) অতিথি কক্ষ : 31